RD Motors NEXA

RD Motors NEXA Your Trusted Maruti Suzuki NEXA Dealership.

✨ New Car Sales
🔧 Service & Genuine Parts
💰 Finance & Insurance Assistance
📞 9127555135

সকলোকে পৱিত্ৰ ৰক্ষাবন্ধনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ❤️Wishing everyone a very happy Raksha Bandhan. May this holy festiv...
28/08/2026

সকলোকে পৱিত্ৰ ৰক্ষাবন্ধনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ❤️
Wishing everyone a very happy Raksha Bandhan. May this holy festival, which celebrates the bonds of love, protection, and endless memories, strengthen the close ties and bonds of affection between brothers and sisters and bring happiness, peace, unity and prosperity to the lives of all.

অসমীয়া লোকসংগীত আৰু আধুনিক গীতৰ অন্যতম সাধক কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউক পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ...
27/08/2026

অসমীয়া লোকসংগীত আৰু আধুনিক গীতৰ অন্যতম সাধক কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউক পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ সুমধুৰ কণ্ঠ, অনবদ্য গীত আৰু সংগীতৰ প্ৰতি থকা অৱদানে অসমীয়া সংগীত জগতক চিৰদিনলৈ সমৃদ্ধ কৰি ৰাখিব।
তেখেতৰ কণ্ঠৰ মধুৰ সুৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত অনুৰণিত হৈ আছে আৰু চিৰদিনলৈ থাকিব। 🙏 🙏

Remembering the legendary singer Archana Mahanta on her death anniversary. Her melodious voice, timeless songs, and invaluable contribution to Assamese music will continue to enrich our cultural heritage forever.


আধ্যাত্মিকতা আৰু ভক্তিচেতনাৰে উজ্জলিত নাম-প্ৰসংগ, ভক্তিৰসৰ পৰম্পৰাৰে উখল-মাখল হৈ পৰা পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত সকলোকে...
18/08/2026

আধ্যাত্মিকতা আৰু ভক্তিচেতনাৰে উজ্জলিত নাম-প্ৰসংগ, ভক্তিৰসৰ পৰম্পৰাৰে উখল-মাখল হৈ পৰা পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত সকলোকে আন্তৰিক শুভেচ্ছা যাচিলোঁ লগতে ভগৱন্তৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই সকলোৰে মংগল আৰু সুখ- শান্তিৰ কামনা কৰিলোঁ ।

15/08/2026

Wishing everyone a very 80th Happy Independence day!! Let us honor the sacrifice and celebrate the victory of our nation. May our country be free and prosperous forever.🙏🙏 Happy August 15th to everyone!❣️


অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভী...
13/08/2026

অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মহান সাহিত্যিকগৰাকীৰ সাহিত্য, চিন্তাধাৰা আৰু সৃষ্টিশীলতাই অসমীয়া ভাষা-সাহিত্যক এক নতুন দিশ প্ৰদান কৰিছিল।
Remembering Dr. Bhabendra Nath Saikia with profound respect on his death anniversary.


লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 🙏💐অসমৰ কল্যাণ আৰু জনসাধাৰণৰ হিতৰ বাবে জীৱন উৎসৰ্গা কৰা...
05/08/2026

লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 🙏💐
অসমৰ কল্যাণ আৰু জনসাধাৰণৰ হিতৰ বাবে জীৱন উৎসৰ্গা কৰা মহান জননেতাগৰাকীৰ আদৰ্শ, দেশপ্ৰেম আৰু নিঃস্বাৰ্থ সেৱা যুগে যুগে সকলোকে অনুপ্ৰাণিত কৰি থাকিব। তেখেতৰ মহান কৰ্মৰাজি আৰু দূৰদৰ্শী নেতৃত্বই সদায় নতুন প্ৰজন্মক সঠিক পথৰ দিশ দেখুৱাই যাব।
Heartfelt tribute to Lokapriya Gopinath Bordoloi on his Punyatithi. 💐

30/07/2026

Every line has intent.
Every surface has purpose.
Every drive has presence.
The e VITARA.
India Goes Electric.
Book now.
Disclaimer: T&C apply. For detailed terms and conditions please visit your nearest NEXA showroom.


23/07/2026

We are truly honoured to welcome Mr. Koichi Suzuki, Managing Officer & Executive General Manager, India Operations, Suzuki Motor Corporation, and Mr. Nobutaka Suzuki, Division Manager, India Operations, to Maruti Suzuki Arena, RD Motors.
Their valuable visit has inspired our entire team with renewed enthusiasm, motivation, and confidence. It has further strengthened our commitment to excellence and to delivering world-class customer service to every customer.
We sincerely express our heartfelt gratitude for their valuable guidance and encouragement. Their support continues to inspire us to strive for higher standards and achieve greater milestones together.✨🌟💖💖💐🌸

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি...
16/07/2026

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি আৰু সমৃদ্ধিৰে উজ্বলাই তুলক । 🙏
May Lord Jagannath guide every journey with faith, fill every home with happiness, and bless every heart with peace. Wishing you a Happy Shree Jagannath! 🙏🌼


অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গ...
14/07/2026

অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গভীৰ চিন্তা আৰু সাহিত্যিক অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

Address

National Highway 15
Tezpur
784154

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm

Telephone

+919127555135

Alerts

Be the first to know and let us send you an email when RD Motors NEXA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RD Motors NEXA:

Shortcuts

Share

Category