03/04/2026
এইবেলি ৰঙালী বিহুৰ উদযাপনক অধিক আনন্দমই কৰি তুলিবলৈ Red FM আৰু Royal Enfield ৰ সহযোগত আপোনালোকৰ বাবে আছে বহুতো খেল, ধেমালি, আকৰ্ষণীয় উপহাৰ আৰু বিহু গীত আৰু নৃত্য প্ৰদৰ্শন। আহক Royal Enfield ৰ বাকৰিলৈ আৰু আপোনিও ভাগ লওক ৰঙালি বিহুৰ এই ৰঙীন উদযাপনত ।
Funshine Getaways Pvt. Ltd.
Date - April 5th,2026
Time - 4:30 PM