19/09/2026
সুৰৰ মাজেৰে, স্মৃতিৰ মাজেৰে… জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। ❤️
Rush Motors-ৰ ফালৰ পৰা মহান শিল্পী জুবিন দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏🕊️
আপোনাৰ সুৰ কেতিয়াও নোহোৱা নহয়, আমাৰ হৃদয়ত সদায় বাজি থাকিব।”
Jai Zubeen Daa