RD Motors Commercial

RD Motors Commercial Your Trusted Maruti Suzuki Dealership.

✨ New Car Sales
🔧 Service & Genuine Parts
💰 Finance & Insurance Assistance
📞 9127555135

15/08/2026

Wishing everyone a very 80th Happy Independence day!! Let us honor the sacrifice and celebrate the victory of our nation. May our country be free and prosperous forever.🙏🙏 Happy August 15th to everyone!❣️


অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভী...
13/08/2026

অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মহান সাহিত্যিকগৰাকীৰ সাহিত্য, চিন্তাধাৰা আৰু সৃষ্টিশীলতাই অসমীয়া ভাষা-সাহিত্যক এক নতুন দিশ প্ৰদান কৰিছিল।
Remembering Dr. Bhabendra Nath Saikia with profound respect on his death anniversary.


লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 🙏💐অসমৰ কল্যাণ আৰু জনসাধাৰণৰ হিতৰ বাবে জীৱন উৎসৰ্গা কৰা...
05/08/2026

লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 🙏💐
অসমৰ কল্যাণ আৰু জনসাধাৰণৰ হিতৰ বাবে জীৱন উৎসৰ্গা কৰা মহান জননেতাগৰাকীৰ আদৰ্শ, দেশপ্ৰেম আৰু নিঃস্বাৰ্থ সেৱা যুগে যুগে সকলোকে অনুপ্ৰাণিত কৰি থাকিব। তেখেতৰ মহান কৰ্মৰাজি আৰু দূৰদৰ্শী নেতৃত্বই সদায় নতুন প্ৰজন্মক সঠিক পথৰ দিশ দেখুৱাই যাব।
Heartfelt tribute to Lokapriya Gopinath Bordoloi on his Punyatithi. 💐

23/07/2026

We are truly honoured to welcome Mr. Koichi Suzuki, Managing Officer & Executive General Manager, India Operations, Suzuki Motor Corporation, and Mr. Nobutaka Suzuki, Division Manager, India Operations, to Maruti Suzuki Arena, RD Motors.
Their valuable visit has inspired our entire team with renewed enthusiasm, motivation, and confidence. It has further strengthened our commitment to excellence and to delivering world-class customer service to every customer.
We sincerely express our heartfelt gratitude for their valuable guidance and encouragement. Their support continues to inspire us to strive for higher standards and achieve greater milestones together.✨🌟💖💖💐🌸

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি...
16/07/2026

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি আৰু সমৃদ্ধিৰে উজ্বলাই তুলক । 🙏
May Lord Jagannath guide every journey with faith, fill every home with happiness, and bless every heart with peace. Wishing you a Happy Shree Jagannath! 🙏🌼


অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গ...
14/07/2026

অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গভীৰ চিন্তা আৰু সাহিত্যিক অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণী আগবঢ়োৱা বৰেণ্য সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক তেখেতৰ মৃত্যু বাৰ্ষিক...
04/07/2026

কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণী আগবঢ়োৱা বৰেণ্য সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ কবিতা আৰু সৃষ্টিকৰ্মই আমাৰ হৃদয় আৰু মন পোহৰাই ৰাখিছে। তেওঁৰ স্মৃতিয়ে আমাক অনুপ্ৰাণিত কৰি যাওক। 🌼 🙏
Remembering the legendary Assamese poet Hiren Bhattacharyya on his death anniversary. 🙏

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী সন্মানীয় চিকিৎসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। চিকিৎসক সকলে নিজৰ বিশেষজ্...
01/07/2026

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী সন্মানীয় চিকিৎসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। চিকিৎসক সকলে নিজৰ বিশেষজ্ঞতা আৰু মানৱীয় মনোভাৱেৰে আমাক অনুপ্ৰাণিত কৰি আহিছে। আপোনালোকৰ সমৰ্পণ সঁচাকৈয়ে প্ৰেৰণাদায়ক! প্ৰতিদিনে জীৱন ৰক্ষা আৰু সকলোকে নিৰোগী তথা সু-স্বাস্থ্যৰ গৰাকী কৰি ৰখাৰ বাবে প্ৰতিগৰাকী চিকিৎসকৰ ওচৰত আমি চিৰকৃতজ্ঞ।
Honouring the hands that heal and the hearts that care. Wishing all doctors a Happy Doctor's Day! 💙👨‍⚕️


আমি আৰ. ডি. মটৰচে্, ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ২০২৪-২৫ বৰ্ষ আৰু  ২০২৫-২৬ বৰ্ষত ১০৪ খন শিশু উদ্যান স...
29/06/2026

আমি আৰ. ডি. মটৰচে্, ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ২০২৪-২৫ বৰ্ষ আৰু ২০২৫-২৬ বৰ্ষত ১০৪ খন শিশু উদ্যান সগৌৰৱে নিৰ্মান কৰিলোঁ ।
পুনৰ ২০২৬-২৭ বৰ্ষত 52 সপ্তাহত, 52 খন চৰকাৰী বিদ্য়ালয়ত, 52 খন শিশু উদ্যান নিৰ্মাণ উদ্দেশ্য আগত ৰাখি ৬২৬ নং জ্যোতি পাঠশালা প্ৰাথমিক বিদ্যালয়, ভাস্কৰ নগৰ প্ৰাথমিক বিদ্যালয়, গৰুমৰা কৈৱৰ্ত্ত মধ্য় ইংৰাজী প্ৰাথমিক বিদ্যালয়, বছাগাঁও প্ৰাথমিক বিদ্যালয় আৰু বিৰিণা শায়েক মধ্য় ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত ইয়াৰ ১নং, ২নং, ৩নং, ৪নং আৰু ৫নং পদক্ষেপ সমাপন কৰিলোঁ। এই কাৰ্যসূচীত আমাক সহযোগ কৰা উক্ত বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰী তথা সমূহ ৰাইজলৈ আমি আৰ. ডি. মটৰচ্ পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Address

A. T. Road, Khutikatia, Near PBC
Nagaon
782002

Alerts

Be the first to know and let us send you an email when RD Motors Commercial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RD Motors Commercial:

Shortcuts

Share

Category