Oriole Travels

Oriole Travels We Provide Car Rental Service Accross Northeast India & Manage Tours All Over India. We Also Manage

Oriole Travels পৰিয়ালৰ পৰা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা  জনালো....আগন্তুক বৰ্ষতো  সকলোৰে যেন কুশলে যাওক...ক'ৰনামুক্ত...
17/09/2021

Oriole Travels পৰিয়ালৰ পৰা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালো....
আগন্তুক বৰ্ষতো সকলোৰে যেন কুশলে যাওক...
ক'ৰনামুক্ত হওক তাকে কামনা কৰিছো ।।
Happy biswakram puja to you all from Oriole Travels Family...
Home The coming bring success to you All.

02/09/2021

আন্তঃজিলা যাতায়ত আজিৰ পৰা পুনৰ আৰম্ভ হৈছে ।
আমাৰ বাছসেৱা কাইলৈ পুৱা ৭.১৫ ত ডিমৌৰ পৰা তিনিচুকীয়ালৈ আৰম্ভ হব । আপোনালোকৰ আশীৰ্বাদ বিচাৰিলো।
লগতে যিকোনো গাড়ী ভাড়াৰ বাবে যোগাযোগ কৰিব পাৰিব তলৰ নম্বৰ ত ....
7002382623

Our Bus Service will Resume From Tomorrow at 7.15 am...
Form Demow to Tinisukia......Tinisukia to Sivasagarh....Sivasagarh to Sepon....
Need Your blessings....
To book Our Car Rent Service plzz contact 7002382623...

Oriole With Mahendra Hazarika....
05/05/2021

Oriole With Mahendra Hazarika....

অৰুণাচল প্ৰদেশৰ মনোৰম ঠাই মায়ডিয়ালৈ যোৱাৰ সময় পুনৰ আহিছে ।দাম্বুক পাছিঘাট আৰু মায়ডিয়াৰ পেকেজ এতিয়াই Book কৰিবলৈ ফোন কৰক ...
15/12/2020

অৰুণাচল প্ৰদেশৰ মনোৰম ঠাই মায়ডিয়ালৈ যোৱাৰ সময় পুনৰ আহিছে ।
দাম্বুক পাছিঘাট আৰু মায়ডিয়াৰ পেকেজ এতিয়াই Book কৰিবলৈ ফোন কৰক 7002382623 লৈ ।।

Time for Mayodia again....
To avail the discount packages for Dambuk Mayodia and Pashighat Trip Plzz Call on 7002382623.
Photo-13.12.2020

Speciality--- Camp Stay In Orange Garden, Treditional Food, Complimantery Breakfast, Lunch & Dinner

এজন CISF জোৱান এ. কে. মণ্ডল ,যোৱা পৰহি আমাৰ লগত যাত্ৰা কৰিছিল ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ বুলি,কিন্তু তিনিচুকীয়াত নামোতে ...
22/11/2020

এজন CISF জোৱান এ. কে. মণ্ডল ,
যোৱা পৰহি আমাৰ লগত যাত্ৰা কৰিছিল ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ বুলি,
কিন্তু তিনিচুকীয়াত নামোতে তেওঁ মোবাইল ফোনটো বাছতে এৰিথৈ গল ।
আমাৰ কৰ্মচাৰী সকলে পাই আজি তেওঁক মোবাইলতো ঘূৰাই দিয়ে...তেওঁও হাঁহি এটা মাৰি ধন্যবাদ জনালে ।।😊

"আপোনালোকৰ বিশ্বাসেই আমাৰ সাহস"

A CISF soldier named A.K. Mandal, was traveling with us from dibrugarh to tinisukia day before yesterday and
While getting down on his destination he left his mobile phone in our bus.
Later our crew found it inside the bus and returned it to him today .
And with happy face he give us a big Thank u.

"Your Trust Is Our Wealth"

সকলোকে লক্ষ্মীপূজাৰ শুভেচ্ছা জনালোঁ......Happy Lakshmi Puja To You All......
30/10/2020

সকলোকে লক্ষ্মীপূজাৰ শুভেচ্ছা জনালোঁ......

Happy Lakshmi Puja To You All......

For anyone who intrested for Arunachal can make your progamme now......For booking cars plzz contact Oriole Travels on 7...
10/10/2020

For anyone who intrested for Arunachal can make your progamme now......
For booking cars plzz contact Oriole Travels on 7002382623

09/10/2020

চকাবন্ধৰ পাছত আজিৰ পৰা পুনৰ আৰম্ভ হৈছে আমাৰ যাতায়ত ।
পোৱা ৭.৩০ বজাত ডিমৌৰ পৰা তিনিচুকীয়ালৈ...

আপোনালোকৰ আশীৰ্বাদত Oriole Travels ৰ আজিৰ পৰা এই নতুন যাত্ৰা  আৰম্ভ হৈছে । ডিমৌৰ পৰা তিনিচুকীয়ালৈ, ৰাতিপুৱা ৭.৩০ বজাত ।W...
01/10/2020

আপোনালোকৰ আশীৰ্বাদত Oriole Travels ৰ আজিৰ পৰা এই নতুন যাত্ৰা আৰম্ভ হৈছে ।
ডিমৌৰ পৰা তিনিচুকীয়ালৈ, ৰাতিপুৱা ৭.৩০ বজাত ।

With Your Blessings a New Journey of Oriole Travels Starts From Today.
Demow To Tinsukia at 7.30 am Sharp.....

For Booking Plzz Call 7002382623

21/08/2020

Comeing Soon........

Stay HomeStay Happy Travel Endlessly After Corona Epidemic is Over.We Are Here To Get You There...After Lock Down Plzz C...
20/04/2020

Stay Home

Stay Happy

Travel Endlessly After Corona Epidemic is Over.

We Are Here To Get You There...

After Lock Down Plzz Call On 7002382623 For Booking.

Address

HOUSE NO-26, NH 37, Sepon Chakalia, Dist-Dibrugarh
Moran
785673

Telephone

+917002382623

Website

Alerts

Be the first to know and let us send you an email when Oriole Travels posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Oriole Travels:

Share

Category