Kuntol Borah

Directions

Kuntol Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kuntol Borah, DMV, ladoigrah, Jorhat.

26/05/2025

Good Morning

24/05/2025

প্ৰায় তেনেকুৱা মানুহৰ খং বেছি যি সকল মানুহে নিজৰ দুখ, চিন্তাৰ কথা আনৰ আগত ক'ব নোৱাৰে বা ক'লেও আনে বুজিব নোৱাৰে! এনেকুৱা নহয় যে তেওঁলোক কঠিন বা হৃদয়হীন, যে খং উঠিলেই বৰ টানকৈ কৈ দিয়ে! তেওঁলোক আচলতে নিজৰ লগতেই সুখী নহয়, তেওঁলোকে নিজৰ জীৱনটোকে এটা বোজা যেন অনুভৱ কৰি থাকে! ভালে থকা সময়ত তেওঁলোকে হিয়া খুলি কথা পাতে, ধুনীয়াকৈ কথাবোৰ শুনে, যিমান পাৰে সিমান লগ দিবলৈ চেষ্টা কৰে! কিন্তু যেতিয়া তেওঁলোকক বিভিন্ন চিন্তাই আৱৰি ধৰে, যেতিয়া তেওঁলোকে বিচাৰে যে তেওঁলোকক কোনোবাই বুজক; তেতিয়া যদি তেওঁলোকক ভুল বুজে, তেতিয়া তেওঁলোক খঙাল হৈ পৰে! মাথো এটা গুণেই বেয়া তেওঁলোকৰ যে তেওঁলোকে খঙত কেনে প্ৰতিক্ৰিয়া কৰে, কি কৈ দিয়ে… তেওঁলোকে নিজেই নাজানে! তেওঁলোকৰ খং উঠা সময়ত তেওঁলোকে কাকোৱে চিনি নাপায়! এইটো সঁচা যে বহুত আৱেগিক তেওঁলোক! কাৰোবাক কিবা কৈ, বা বেয়াকৈ শুনাই তেওঁলোকে আকৌ নিজেই মন বেয়া কৰি বহি থাকে! কিন্তু কি হ'ব? এবাৰ ভঙা প্লেট এখন আকৌ জানো আগৰ দৰে হ'ব পাৰে? তেনেদৰেই তেওঁলোকে তেওঁলোকৰ আপোন মানুহবোৰ হেৰুৱাই দিয়ে…🌻❤

Copy- Ridip B Deka

Address

Ladoigrah
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Kuntol Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category