RD Motors Jorhat

RD Motors Jorhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RD Motors Jorhat, Car dealership, Jorhat.

Your Trusted Maruti Suzuki ARENA Dealership.

✨ New Car Sales
🔧 Service & Genuine Parts
💰 Finance & Insurance Assistance
📞 9127555135
📍 NH 37, Pulibor, Jorhat, Assam

23/07/2026

We are truly honoured to welcome Mr. Koichi Suzuki, Managing Officer & Executive General Manager, India Operations, Suzuki Motor Corporation, and Mr. Nobutaka Suzuki, Division Manager, India Operations, to Maruti Suzuki Arena, RD Motors.
Their valuable visit has inspired our entire team with renewed enthusiasm, motivation, and confidence. It has further strengthened our commitment to excellence and to delivering world-class customer service to every customer.
We sincerely express our heartfelt gratitude for their valuable guidance and encouragement. Their support continues to inspire us to strive for higher standards and achieve greater milestones together.✨🌟💖💖💐🌸

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি...
16/07/2026

সকলোলৈ পৱিত্ৰ শ্ৰী জগন্নাথ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদে জীৱনৰ প্ৰতিটো পথ সুখ, শান্তি আৰু সমৃদ্ধিৰে উজ্বলাই তুলক । 🙏
May Lord Jagannath guide every journey with faith, fill every home with happiness, and bless every heart with peace. Wishing you a Happy Shree Jagannath! 🙏🌼


অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গ...
14/07/2026

অসমীয়া সাহিত্যিক, কবি আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ অমৰ সৃষ্টি, গভীৰ চিন্তা আৰু সাহিত্যিক অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণী আগবঢ়োৱা বৰেণ্য সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক তেখেতৰ মৃত্যু বাৰ্ষিক...
04/07/2026

কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণী আগবঢ়োৱা বৰেণ্য সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ কবিতা আৰু সৃষ্টিকৰ্মই আমাৰ হৃদয় আৰু মন পোহৰাই ৰাখিছে। তেওঁৰ স্মৃতিয়ে আমাক অনুপ্ৰাণিত কৰি যাওক। 🌼 🙏
Remembering the legendary Assamese poet Hiren Bhattacharyya on his death anniversary. 🙏

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী সন্মানীয় চিকিৎসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। চিকিৎসক সকলে নিজৰ বিশেষজ্...
01/07/2026

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী সন্মানীয় চিকিৎসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। চিকিৎসক সকলে নিজৰ বিশেষজ্ঞতা আৰু মানৱীয় মনোভাৱেৰে আমাক অনুপ্ৰাণিত কৰি আহিছে। আপোনালোকৰ সমৰ্পণ সঁচাকৈয়ে প্ৰেৰণাদায়ক! প্ৰতিদিনে জীৱন ৰক্ষা আৰু সকলোকে নিৰোগী তথা সু-স্বাস্থ্যৰ গৰাকী কৰি ৰখাৰ বাবে প্ৰতিগৰাকী চিকিৎসকৰ ওচৰত আমি চিৰকৃতজ্ঞ।
Honouring the hands that heal and the hearts that care. Wishing all doctors a Happy Doctor's Day! 💙👨‍⚕️


আমি আৰ. ডি. মটৰচে্, ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ২০২৪-২৫ বৰ্ষ আৰু  ২০২৫-২৬ বৰ্ষত ১০৪ খন শিশু উদ্যান স...
29/06/2026

আমি আৰ. ডি. মটৰচে্, ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ২০২৪-২৫ বৰ্ষ আৰু ২০২৫-২৬ বৰ্ষত ১০৪ খন শিশু উদ্যান সগৌৰৱে নিৰ্মান কৰিলোঁ ।
পুনৰ ২০২৬-২৭ বৰ্ষত 52 সপ্তাহত, 52 খন চৰকাৰী বিদ্য়ালয়ত, 52 খন শিশু উদ্যান নিৰ্মাণ উদ্দেশ্য আগত ৰাখি ৬২৬ নং জ্যোতি পাঠশালা প্ৰাথমিক বিদ্যালয়, ভাস্কৰ নগৰ প্ৰাথমিক বিদ্যালয়, গৰুমৰা কৈৱৰ্ত্ত মধ্য় ইংৰাজী প্ৰাথমিক বিদ্যালয়, বছাগাঁও প্ৰাথমিক বিদ্যালয় আৰু বিৰিণা শায়েক মধ্য় ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত ইয়াৰ ১নং, ২নং, ৩নং, ৪নং আৰু ৫নং পদক্ষেপ সমাপন কৰিলোঁ। এই কাৰ্যসূচীত আমাক সহযোগ কৰা উক্ত বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰী তথা সমূহ ৰাইজলৈ আমি আৰ. ডি. মটৰচ্ পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

সাহস আৰু দেশপ্ৰেমৰ অমৰ প্ৰতীক ৰাণী লক্ষ্মীবাই তেখেতৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏🙏তেখেতৰ বীৰত্বই যুগে যুগে নতুন ...
18/06/2026

সাহস আৰু দেশপ্ৰেমৰ অমৰ প্ৰতীক ৰাণী লক্ষ্মীবাই তেখেতৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏🙏
তেখেতৰ বীৰত্বই যুগে যুগে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। তেখেতৰ সাহস আৰু আত্মবলিদান চিৰকাল প্ৰেৰণাৰ উৎস হৈ থাকিব।
Remembering Rani Lakshmibai on her death anniversary — the immortal symbol of courage and patriotism. 🙏

Address

Jorhat

Alerts

Be the first to know and let us send you an email when RD Motors Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RD Motors Jorhat:

Shortcuts

Share

Category