01/10/2026
অসম আৰক্ষী দিৱসৰ আন্তৰিক শুভেচ্ছা। 🇮🇳💙
সাহস, কৰ্তব্যনিষ্ঠা আৰু ত্যাগেৰে সমাজৰ শান্তি-শৃংখলা আৰু সুৰক্ষা নিশ্চিত কৰা প্ৰতিগৰাকী অসম আৰক্ষীৰ বিষয়া-জোৱানলৈ সশ্ৰদ্ধ কৃতজ্ঞতা।
আপোনালোকৰ সেৱা, সাহস আৰু ত্যাগক আন্তৰিক সন্মান জনাইছোঁ ।
জয় হিন্দ! 🇮🇳 |
#অসমআৰক্ষীদিৱস