Sumeet Motors EV Scooty & Bike Dealer

  • Home
  • Sumeet Motors EV Scooty & Bike Dealer
Contact the business

Sumeet Motors EV Scooty & Bike Dealer Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sumeet Motors EV Scooty & Bike Dealer, Electric Vehicle Dealership, Rangia, Kamrup, .

🔴 কম খৰচত অত্যাধুনিক ইলেকট্ৰিক বাইক আৰু স্কুটি🔴 জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত কমাকী ইলেকট্ৰিক দুচকীয়া বাহন...
01/07/2026

🔴 কম খৰচত অত্যাধুনিক ইলেকট্ৰিক বাইক আৰু স্কুটি

🔴 জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত কমাকী ইলেকট্ৰিক দুচকীয়া বাহন

🔴 শব্দ আৰু বায়ু প্ৰদূষণ মুক্ত

🔴 নতুন দুচকীয়া বাহনৰ মূল্যতকৈ ৫০% কম মূল্যত অথবা চেকেণ্ড হেণ্ডৰ দামত লাভ কৰক

🔴 বিশেষ সুবিধা :-

🔴 মাত্ৰ ১০ টকা চাৰ্জ কৰি ৫৫ কিঃমি: ৰ পৰা ৩২২ কিঃমি: পৰ্যন্ত যাত্ৰা

🔴 আপোনাৰ পুৰণি দুচকীয়া বাহন Exchange কৰাৰ সুবিধা

🔴 স্থান :- ৰঙিয়া, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, উদিয়ানা (নলবাৰী অভিমুখী পথৰ দাঁতিত)

🔴 গুৰু গোবিন্দ ধাবাৰ কাষত — চুমিত মটৰচ্

🔴 যোগাযোগ :- 📞 7002293529

゚ ゚

"ৰঙিয়াৰ যুৱ নেতা চৈয়দ চফিকুল হাচানক মুছলিম ৰাষ্ট্ৰীয় মঞ্চ অসমৰ সহ-সংযোজক নিযুক্তি"ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃ সং...
30/06/2026

"ৰঙিয়াৰ যুৱ নেতা চৈয়দ চফিকুল হাচানক মুছলিম ৰাষ্ট্ৰীয় মঞ্চ অসমৰ সহ-সংযোজক নিযুক্তি"

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃ সংগঠন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম প্ৰান্তৰ সংযোজক টি ৰাজীৱ আহমেদে ৰঙিয়াৰ সংখ্যালঘু যুৱ নেতা চৈয়দ চফিকুল হাচানক সহ-সংযোজক হিচাপে নিযুক্তি দিছে

゚ ゚

🔴 সাম্প্ৰদায়িক আৰু মুছলমান ধৰ্মক লৈ অশ্লীল মন্তব্য কৰা তথাকথিত নেতাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল 🔴 বাঘ হা...
06/06/2026

🔴 সাম্প্ৰদায়িক আৰু মুছলমান ধৰ্মক লৈ অশ্লীল মন্তব্য কৰা তথাকথিত নেতাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল

🔴 বাঘ হাজৰিকা ঐক্য মঞ্চ, অসমে তথাকথিত নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে

🔴 ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিশেষ লোক আদালত (সমাধান সমাৰোহ, ২০২৬)🔴 বিশেষ লোক আদালতৰ দিনসমূহ : ২১, ২২ আৰু ২৩ আগষ্ট, ২০২৬🔴 এই...
16/05/2026

🔴 ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিশেষ লোক আদালত (সমাধান সমাৰোহ, ২০২৬)

🔴 বিশেষ লোক আদালতৰ দিনসমূহ : ২১, ২২ আৰু ২৩ আগষ্ট, ২০২৬

🔴 এই কাৰ্যসূচীৰ অধীনত উচ্চতম ন্যায়ালয়ত বিশেষ লোক আদালত অনুষ্ঠিত হ’ব

🔴 দীৰ্ঘদিনীয়া মোকৰ্দমাসমূহৰ দ্রুত নিষ্পত্তিৰ বাবে এই বিশেষ অভিযান চলোৱা হৈছে

14/05/2026

ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে লজ্জাজনক ঘটনা

বিদ্যালয়খনৰ একাংশ ছাত্ৰীক ইউনিফৰ্মৰ জোখ-মাপ লোৱাৰ নামত ছাত্ৰীৰ গোপন অংগত হাত দিলে ৰঙিয়াৰ চুপাৰ মাৰ্কেটস্থিত বিশিষ্ট ব্যৱসায়ী দেৱাশীষ সাহা ওৰফে দেৱৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰী নলবাৰীৰ ফকিৰতোলাৰ অৰুণ জৈন য়ে

বিদ্যালয়খনৰ ৫ গৰাকী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত অৰুণ জৈনক

আনহাতে, ভূক্তভোগী ছাত্ৰীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাই অভিযুক্তৰ পক্ষ লোৱাৰ চেষ্টা কৰাৰ লগতে ছাত্ৰীসকলক দুৰ্ব্যৱহাৰো কৰিছে

ইফালে, ছাত্ৰীসকলে অধ্যক্ষৰ বিৰুদ্ধে কৰা অভিযোগ নস্যাৎ কৰিছে অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাই

゚ ゚

01/05/2026

🔴ৰঙিয়া নগৰৰ ৮ নং ৱাৰ্ডত বৃদ্ধ শহুৰেক, শাহুৱেকক অকথ্য নিৰ্যাতন বোৱাৰীৰ

🔴এবাৰ এবাৰকৈ তিনিবাৰ ঘৰৰ বাহিৰ কৰি দিলে ৯০ ৰ উৰ্দ্ধৰ শহুৰেক আৰু ৮০ ৰ উৰ্দ্ধৰ শাহুৱেকক

🔴ঘৰত থকা সোণৰ আ-অলংকাৰৰ পৰা আৰম্ভ কৰি বাচন বৰ্তন, কাপোৰ কানি পৰ্যন্ত চুৰি কৰাৰ অভিযোগ বোৱাৰীৰ বিৰুদ্ধে

🔴মাক দেউতাকক মাৰপিট কৰিলে পুত্ৰ অমৰজিৎ দাসে বাধা প্ৰদান কৰিলে অমৰজিৎ দাসকো মাৰপিট কৰাৰ অভিযোগ বোৱাৰীৰ বিৰুদ্ধে

🔴ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল শহুৰেক বিপথ শ্বাহ আৰু শাহুৱেক স্বৰস্বতী দাসৰ

21/04/2026

ৰঙিয়াৰ এডুকেয়াৰ ইনষ্টিটিউটৰ সাফল্য, শ্রেষ্ঠ ছাত্র-ছাত্রীক সম্বৰ্ধনা

শ্রেষ্ঠ ছাত্র-ছাত্রীক ফুলাম গামোচা আৰু কিতাপেৰে শুভেচ্ছা কতৃপক্ষৰ

19/04/2026

🔴ৰঙিয়াৰ শৌলমাৰীত মুকলি হ'ল RM 26 FITNESS GYM

🔴ৰেহাই মূল্যত অত্যাধুনিক GYM ৰ Membership লোৱাৰ বাবে হেতাওপৰা যুৱকসকলৰ

16/04/2026

ৰঙিয়াত নৰপিশাচ পিতৃৰ কামনাৰ বলি ১৩ বছৰীয়া কন্যা, কন্যাৰ চিপ লৈ আত্মহত্যা

কন্যাৰ আত্মহত্যাৰ পিছৰে পৰা পলাতক অভিযুক্ত পিতৃ দুলাল মণ্ডল

আত্মহত্যাৰ পূৰ্বে কিশোৰী গৰাকীয়ে লিখি গৈছে ছুইচাইড নোট

সুদীৰ্ঘ ৮/৯ বছৰে নিজ শিশু কন্যাক যৌন উৎপীড়ন চলাই অহাৰ অভিযোগ মানৱৰূপী দানৱ দুলাল মণ্ডলৰ বিৰুদ্ধে

Address

Rangia, Kamrup

781354

Website

Alerts

Be the first to know and let us send you an email when Sumeet Motors EV Scooty & Bike Dealer posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sumeet Motors EV Scooty & Bike Dealer:

Shortcuts

  • Want your business to be the top-listed autos & automotive service?

Share